পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনতো পশ্চিম বংগত অব্যাহত আছে নিৰ্বাচনী হিংসা।আজি বেৰেকপুৰত বিজেপি আৰু টিএমচি কৰ্মীৰ মাজত সংঘৰ্ষ হয়।
বিজেপি প্রাৰ্থী অৰ্জুন সিঙে টিএমচিৰ কৰ্মীয়ে তেওঁক আক্ৰমণ কৰা বুলি অভিযোগ কৰে।আনহাতে,টিএমচিয়ে বিজেপি কৰ্মীয়ে গুণ্ডামী কৰাৰ অভিযোগ তোলে।
- Log in to post comments
- 13 views