![juriya](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-04%20at%209.28.35%20PM.jpeg?itok=LcYLCV1S)
জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা :
নগাঁও জিলাৰ জুৰীয়া প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ ২০১৯ৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে। জানিব পৰা মতে সমূহ সমগ্ৰ দেশ জোকাৰি যোৱা ঘূৰ্ণিবতাহ ফণিৰ ভয়াবহতাৰ বাবে প্ৰশাসনে জনোৱা সতৰ্কতাৰ নিৰ্দেশৰ হেতু ৫ মে (২১ বহাগ) ২০১৯ তাৰিখ দেওবাৰে অনুষ্ঠিত হ'ব লগা বিহুৰ সমুহ কাৰ্য্যসূচী স্থগিত ৰাখিছে। অহা ৬ মে'(সোমবাৰ)ৰ দিনা বিহুৰ সমুহ কাৰ্য্যসূচী একে স্থানতে পুনৰ উদ্যাপন কৰা হ'ব বুলি বিহু সমিতিৰ হৈ সম্পাদক উত্তম কুমাৰ বৰাই জানিবলৈ দিছে ৷
- Log in to post comments
- 15 views