মমতা বেনাৰ্জীৰ বায়'পিক 'বাঘিনী'ৰ মুক্তিত বাধা নিৰ্বাচন আয়োগৰ

baghini

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ জীৱন আধাৰিত ছবি 'বাঘিনী'ৰ মুক্তিত নিষেধাজ্ঞা জাৰি কৰিলে নিৰ্বাচন আয়োগে।৩ মে'ত মুক্তি পোৱাৰ কথা আছিল নেহাল দত্ত পৰিচালিত ছবিখনৰ।নিৰ্বাচনী আচৰণ বিধি বলবৎ থকালৈকে ছবিখনক মুক্তি নিদিবলৈ কৈছে নিৰ্বাচন আয়োগে।

 

ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে বায়'পিক 'পিএম নৰেন্দ্ৰ মোডী'ৰ মুক্তিত বাধা আৰোপ কৰিছিল।

 

Your Comments