আমিনগাঁৱত অব্যৱহৃত ইভিএমৰ ভঁৰাল ছীল কৰাৰ নিৰ্দেশ

evm

অব্যৱহৃত আৰু বিকল হোৱা ইভিএম আৰু ভিভিপেট ৰখা কামৰূপ জিলাৰ আমিনগাঁওৰ ভঁৰালটো ছীল কৰাৰ নিৰ্দেশ দিলে নিৰ্বাচন আয়োগৰ দুজনীয়া পৰ্যবেক্ষকৰ দলে।বুধবাৰে ভঁৰালটো পৰ্যবেক্ষণ কৰাৰ পিছত দলটোৱে কামৰূপ জিলা উপায়ুক্তক এই নিৰ্দেশ দিলে।

 

উল্লেখ্য যে ২৮ এপ্ৰিলৰ নিশা আমিনগাঁওৰ ষ্ট্ৰং ৰূমৰ কাষতে ট্ৰাকত তেজপুৰৰ নিৰ্বাচনৰ অব্যৱহৃত ইভিএম উদ্ধাৰ হোৱাত তীব্র প্ৰতিবাদ কৰিছিল কংগ্ৰেছে।

 

Your Comments