আজম খানৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা

ajam khan

নিউজ ডেস্ক:

আদর্শ নিৰ্বাচনী বিধি উলংঘা কৰাৰ বাবে সমাজবাদী পাৰ্টিৰ বহুবল্কী নেতা আজম খানক ৪৮ ঘণ্টাৰ বাবে নিৰ্বাচনী  প্ৰচাৰ চলোৱাত নিৰ্বাচন আয়োগে বাধা আৰোপ কৰিছে।১ মে'ৰ পৰা আজম খানৰ ওপৰত নিষেধাজ্ঞা বাহাল হ'ব।


আনহাতে,কংগ্ৰেছৰ বিৰুদ্ধে অপশব্দ কোৱা বাবে গুজৰাট বিজেপিৰ অধ্যক্ষ জিতু ৱঘানীকো ৭২ঘণ্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাত  আয়োগে নিষেধাজ্ঞা আৰোপ কৰিছে।

Your Comments