নিৰ্বাচনী হিংসাত ক্ষতিসাধন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ গাড়ীৰ

babul

পশ্চিমবংগত  আছনছোল লোকসভা সমষ্টিত সোমবাৰে অনুষ্ঠিত নিৰ্বাচনত হিংসাত্মক কাৰ্য সংঘটিত হৈছে।তৃণমূল কংগ্ৰেছ আৰু বিজেপি কৰ্মীসকলৰ মাজত সংঘৰ্ষ হয়।

 

কেন্দ্ৰীয় মন্ত্ৰী তথা সমষ্টিটোৰ সাংসদ বাবুল সুপ্ৰিয়ৰ গাড়ীৰো ক্ষতিসাধন কৰে তৃণমূল কৰ্মীয়ে।সমষ্টিটোত বাবুল সুপ্ৰিয়ৰ মুখ্য প্ৰতিদ্বন্দী অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুনমুন সেন।

Your Comments