নিউজ ডেস্ক:
উত্তৰ প্ৰদেশৰ মথুৰা লোকসভা সমষ্টিত বিজেপিৰ হেমা মালিনীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে সমাজবাদী পাৰ্টি, বিএছপি সমৰ্থিত আৰএলডিৰ নৰেন্দ্ৰ সিং।
নৰেন্দ্ৰ সিঙে কৈছে যে সমষ্টিটোৰ ইভিএম ৰখা মণ্ডী সমিতি নামৰ ঠাইত এন্দুৰে ইভিএম ক্ষতি কৰিব পাৰে।এই সংক্ৰান্তত তেওঁ জিলা দণ্ডাধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে যদিও কোনো উত্তৰ পোৱা নাই।
- Log in to post comments
- 21 views