নিউজ ডেস্ক :
উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই বৃহস্পতিবাৰে ৰাজ্যখনৰ বস্তি এলেকাত বিজেপিৰ এখন নিৰ্বাচনী সভাত ভাষণ দি থকা সময়তে উপস্থিত জনতাৰ মাজত সংঘটিত হ'ল এখন বিশেষ যুঁজ।
বিতৰণ কৰিবলৈ অনা চিংৰাৰ বাবে হেতা-ওপৰা লগালে একাংশ লোকে।চিংৰা বিতৰণ কৰা বিজেপি কৰ্মীক বগৰাই দিলে 'চিংৰাপ্ৰেমী' জনতাই।
চিংৰা সংগ্ৰহ কৰিবলৈ যাওঁতে মাৰ- পিটো লাগিল একাংশ লোকৰ মাজত।
- Log in to post comments
- 17 views