নাহৰকটীয়াত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ

sura

নামৰূপৰ পৰা সমীৰণ বৰুৱা

আজি নাহৰকটীয়াৰ নাহৰণিত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰা হয়।নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলোৱা এটা  অভিযানত ধ্বংস কৰে বহু পৰিমাণৰ অবৈধ সুৰা।

Your Comments