চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আদিবাসী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে তিনি ঘণ্টা ধৰি এই অৱস্হান ধৰ্মঘট পালন কৰে । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধিৰ দাবীত এই অৱস্হান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে । চাহ শ্ৰমিকৰ এই মজুৰিৰ দাবী চৰকাৰে মানি নল'লে সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ।
- Log in to post comments
- 5 views