নিউজ ডেস্ক :
" প্ৰথমে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ হব লাগিব"। কোনো কাৰণত সমৰ্থন কৰা নহব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক। এই মন্তব্য পাটাচকুছিৰ অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ।নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি বিধায়ক জনে বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমৃত সাহে এন আৰ চি পূৰ্বে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিম বুলি কোৱা প্ৰসঙ্গক তীব্ৰ বিৰোধিতা কৰে।
আনহাতে ভোটদান সাব্যস্ত কৰি বিধায়ক গৰাকীয়ে কয় পাটাছাকুছিৰ অধিক ভোট লাভ কৰিব অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে।
- Log in to post comments
- 12 views