বাক্সাৰ ভেৱলা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল

vote

প্ৰতিনিধি,নিউজ এএছএন

বাক্সা জিলাৰ বড়োপাৰাৰ ভেৱলা নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ইভিএম বিকল হৈ পৰে।কেন্দ্ৰটোৰ বাওঁফালত পুৱা ৮-০৫ মিনিটৰ পৰাহে ভোটগ্ৰহণ সম্ভৱ হয়।পিছলৈ নতুন ইভিএম স্থাপন কৰা হয়।

Your Comments