কঠীয়াতলীত বন বিভাগে জব্দ কৰিলে ৰাবিজভৰ্তি ডাম্পাৰ

t

নগাঁৱৰ কঠীয়াতলীত বন বিভাগে এটা অভিযান চলাই   এখন ৰাবিজভৰ্তি ডাম্পাৰ আৰু এখন বালিভৰ্তি ট্ৰাক জব্দ কৰে।

চালানবিহীনভাৱে কঢ়িয়াই আনি থকা অৱস্থাত নেপালীখুঁটিত নগাঁৱৰ বন সুৰক্ষা কৰ্মীয়ে কঠীয়াতলী আঞ্চলিক বন বিভাগৰ সহযোগত জব্দ কৰে অবৈধ গাড়ী দুখন।জব্দ অবৈধ ডাম্পাৰখনৰ নম্বৰ AS01GC-1532 আৰু ট্ৰাক খনৰ নং AS09C-2699।

Your Comments