হাইলাকান্দিত ভোটগ্ৰহণ কেন্দ্ৰত সংঘৰ্ষ

rha

শিলচৰৰ পৰা বিক্ৰম দাস

হাইলাকান্দিত আজি এটা ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনাৰ সৃষ্টি হয়।হাইলাকান্দি চহৰৰ লক্ষ্মীচহৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত দুটা পক্ষৰ মাজত তুমুল সংঘৰ্ষ হয়।ভোট দিয়াত অনিয়মৰ  অভিযোগ তুলি দুই  পক্ষৰ মাজত সংঘৰ্ষ হয়। আৰক্ষীয়ে পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।ঘটন‍াক কেন্দ্ৰ কৰো সমগ্র অঞ্চলটোত তীব্ৰ  উত্তেজনাৰ সৃষ্টি হয়।

Your Comments