![kampur](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-18%20at%201.10.58%20PM.jpeg?itok=5rvkqnrl)
কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা
১০নং নগাঁও লোকসভা সমষ্টিৰ ৮২নং ৰহা বিধানসভা সমষ্টিৰ ২৩৮ নং ড:ফাৰুক আব্দুলা মেম'ৰিয়েল ভোটকেন্দ্ৰত ইভিএম বিকল হয় ।৭০টা ভোটদান হোৱাৰ পিছত বিকল হৈ পৰে ইভিএমটো |মেচিন বিকল হৈ পৰাৰ পিছত ভোটগ্ৰহণ বন্ধ হৈ পৰে |ইফালে,ৰহা সমষ্টিৰ নিজ নাৰিকলি এম ই স্কুলৰ ১৪১ আৰু ১৪২ নং এম ই স্কুলৰ ভোটকেন্দ্ৰতো ইভিএমৰ সমস্যাৰ সৃষ্টি হয়।১৪২ নং কেন্দ্ৰত ৫২ জন ভোটাৰে ভোট দিয়াৰ পিছত বিকল হয় ইভিএমটো ৷আনটো কেন্দ্ৰত ১ ঘন্টা পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহণ ৷
- Log in to post comments
- 5 views