কচুৱা পঞ্চায়তৰ ভোটকেন্দ্ৰত জনতাৰ ব্যাপক উৎসাহ

vo

পুৱাৰে পৰা ভোটাৰৰ ভিৰ ৮২ নং ৰহা সমষ্টিৰ কচুৱা পঞ্চায়তত ।লোকৰ কান্ধত ভৰ দিভোট দিবলৈ আহিল  আইতা। লগতে কোলাত কেচুৱা লৈ পুৱাই ভোট দিব আহিল মহিলা।

vo2

জীৱনত প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত  কৰি আনন্দিত নতুন ভোটাৰ। 

৮৭ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ হৈছে।

Your Comments