'ভাৰতৰ  কৃত্ৰিম উপগ্ৰহবিৰোধী ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ দ্বাৰা মহাকাশ প্ৰদূষণৰ সম্ভাৱনা নাই'

drdo

ডিআৰডিঅ' প্ৰমুখ জি সতীশ ৰেড্ডীয়ে মন্তব্য কৰিছে ভাৰতে ২৭ মাৰ্চত সফল পৰীক্ষা কৰা 'এ ছেট'ৰ দ্বাৰা মহাকাশ প্ৰদূষিত হোৱাৰ সম্ভাৱনা নাই।'এ ছেট' ক্ষেপণাস্ত্ৰই  ধ্বংস কৰা কৃত্ৰিম উপগ্ৰহটোৰ টুকুৰাসমূহ কিছু দিনৰ ভিতৰতে নিজে নিজেই নষ্ট হৈ যাব।

 

মহাকাশৰ অন্য কৃত্ৰিম উপগ্ৰহৰ যাতে ভগ্ন টুকুৰাৰ পৰাৰ ক্ষতি নহয়,তাৰ বাবেই ৩০০ কিলোমিটাৰ কক্ষপথত কৃত্ৰিম উপগ্ৰহটো নিৰ্বাচন কৰি লোৱা হৈছিল।

Your Comments