১ এপ্ৰিলৰ পৰা বেংক অব্  বৰোদাৰ সৈতে আনুষ্ঠানিকভাৱে চামিল বিজয়া আৰু দেনা বেংক

bb

 

নিউজ ডেস্ক,৩১ মাৰ্চ:

কাইলৈৰ পৰা অথবা ১ এপ্ৰিলৰ পৰা বিজয়া বেংক আৰু দেনা বেংকৰ শাখাসমূহে বেংক অব্ বৰোদাৰ শাখা হিচাপে কৰ্ম সম্পাদন কৰিব। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই এই কথা জনাইছে।উল্লেখ্য যে উল্লিখিত দুয়োটা বেংকক বেংক অব্ বৰোদাৰ সৈতে চামিল কৰিছে ৰিজাৰ্ভ বেংকে।

Your Comments