আজি মনোনয়নপত্ৰ দাখিল কৰিব পৱন সিং ঘাটোৱাৰ আৰু সুশান্ত বৰগোঁহাইয়ে

evm

আজি মনোনয়নপত্ৰ দাখিল কৰিব ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে।দুপৰীয়া ১২ বজাত তেওঁ ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰাৰ সম্ভাৱনা।আজিয়েই মনোনয়নপত্ৰ দাখিল কৰিব যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে।

Your Comments