আন্তঃৰাষ্ট্ৰীয় চাইক্লিঙত অসমৰ অভিষেকৰ ৰূপৰ পদক

আন্তঃৰাষ্ট্ৰীয় চাইক্লিঙত অসমৰ অভিষেকৰ ৰূপৰ পদক

আন্তঃৰাষ্টীয় পৰ্যায়ত পুনৰ জিলিকিল অসম সন্তান। আবুধাবিত অনুষ্ঠিত বিশেষ অলিম্পিকত গুৱাহাটীৰ অভিষেক গগৈৰ সাফল্য। ১০ কিঃমিঃ চাইক্লিঙত ৰূপৰ পদক অৰ্জন গুৱাহাটীৰ সু-সন্তান অভিষেকৰ। উল্লেখ্য যে ২০১৯ৰ বিশেষ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা অভিষেক হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক প্রতিনিধিত্ব কৰা একমাত্ৰ খেলুৱৈ।

Your Comments