মায়াৱতীয়ে নেখেলে লোকসভা নিৰ্বাচন

maya

'বহুজন সমাজ পাৰ্টি' প্ৰমুখ মায়াৱতীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগনবঢ়ায়।তেওঁ বিজয়ী হোৱাতকৈ উত্তৰ প্ৰদেশত মহাজোঁটবন্ধনে সফলতা অৰ্জন কৰাটো অধিক জৰুৰী বুলি মায়াৱতীয়ে মন্তব্য কৰে। নিৰ্বাচনৰ পিছত প্ৰয়োজন হ'লে যিকোনো এখন আসন খালি কৰি নিৰ্বাচন খেলিব আৰু জয়লাভ কৰি আহিবও বুলি মায়াৱতীয়ে উল্লেখ কৰে।

Your Comments