২৪ মাৰ্চৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ অভিযান

bjp

অহা ২৪ মার্চৰ পৰা বিজেপিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ অভিযানৰ আৰম্ভণি কৰিব।২৪ আৰু ২৬ মাৰ্চত দেশজুৰি ৫০০ খন স্থানত 'বিজয় সংকল্প সভা' অনুষ্ঠিত কৰিব।দেশজুৰি ৪৮০ টা লোকসভা সমষ্টিত এই সভা অনুষ্ঠিত কৰা হ'ব।

Your Comments