বেংককত উজলিল ৫ অসম সন্তান

 বেংককত উজলিল ৫ অসম সন্তান

থাইলেণ্ডৰ বেংককত উজলিল পাঁচ অসমীয়া সন্তান৷ চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় মাৰ্চিয়েল আর্টছ গেম্‌ছ আৰু ফেষ্টিভেলত কিক বক্সিঙত দেৱান আৰিয়ন তাইছিৰে লাভ কৰে সোণৰ পদক৷ নীলম চান্দে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে দেৱান অলমাছ তমবীৰ, প্ৰাচুৰ্য কল্প বৰুৱা, সুমন কুমাৰ চক্ৰৱৰ্তীয়ে লাভ কৰে ব্ৰঞ্জৰ পদক৷ বহুকেইখন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত৷

Your Comments