সাপেখাতীত মাহজোৰা গ্ৰীষ্মকালীন সাঁতোৰ প্ৰশিক্ষণৰ সামৰণি

সাপেখাতীত মাহজোৰা গ্ৰীষ্মকালীন সাঁতোৰ প্ৰশিক্ষণৰ সামৰণি

ঐতিহাসিক আটাল পুখুৰীত চৰাইদেউ জিলা সাঁতোৰ সন্থা আৰু সূত্ৰধাৰ সাঁতোৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত মাহজোৰা সাঁতোৰ প্ৰশিক্ষণৰ অলপতে সামৰণি পৰে । সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত জিলাখনৰ বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকি বক্তব্য আগবঢ়ায় । সন্ধিয়া নৱদীপ নেওগ আৰু মদন গগৈ সোঁৱৰণি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় ।

Your Comments