আজি অগপত যোগদান কৰিব মণিমাধৱ মহন্তই

agp

আজি অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণিমাধৱ মহন্তই।
অগপৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত যোগদান কৰিব নেতাজনে।
উল্লেখ্য যে মণিমাধৱ মহন্তই আগন্তক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা অগপ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰাৰ কথা।

Your Comments