দৰিদ্ৰক  প্ৰদান কৰা হ'ব নিশ্চিত নূন্যতম আয়:ৰাহুল গান্ধী

rahul gandhi

 কংগ্ৰেছ ক্ষমতালৈ আহিলে দেশৰ দৰিদ্ৰ জনতাক নিশ্চিত নূন্যতম আয় প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব।আজি ত্ৰিশূৰত এখন সভাত এই বুলি মন্তব্য কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।

Your Comments