কংগ্ৰেছৰ সৈতে মিত্ৰতা! আজি আহমেদ পেটেলেৰে বৈঠক বদৰুদ্দিন আজমলৰ

কংগ্ৰেছৰ সৈতে মিত্ৰতা! আজি আহমেদ পেটেলেৰে বৈঠক বদৰুদ্দিন আজমলৰ

দিল্লীত উপস্থিত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল। নিশা কংগ্ৰেছ নেতা আহমেদ পেটেলৰ সৈতে অনুষ্ঠিত হ’ব বৈঠক। উপস্থিত থাকিব ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। মিত্ৰতাক লৈ বৈঠকত আলোচনাৰ সম্ভাৱনা বৈঠকত।

Your Comments