কাৰ্বিআংলং জিলাৰ উচ্ছেদিত দুখীয়া-নিৰীহৰ কাষত অসম জনমৰ্চাৰ সভাপতি

karbi

কাৰ্বি আংলং জিলা প্ৰশাসনে যোৱা ২ তাৰিখৰ পৰা হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত নখুঁটিৰ সীমামূৰীয়া এলেকাত বসবাস কৰা যিসকল লোকক উচ্ছেদ কৰিছে সেই দুখীয়া-নিৰীহ লোকসকলৰ কাষত থিয় হ'ল অসম জনমৰ্চাৰ সভাপতি ছাইফুল ইছলাম। 
সভাপতিগৰাকীয়ে ২০০ কে:জি চিৰা, ১০০ পেকেট বিস্কুট, ৫০ কেজি চেনি বিতৰণ কৰে উচ্ছেদিত লোকসকলৰ মাজত। অনাগত দিনত এই সংক্ৰান্তত আইনী যুঁজ দিব বুলি অসম জন মৰ্চাৰ সভাপতিগৰাকীয়ে মন্তব্য আগবঢ়ায়।
 

Your Comments