কলিয়াবৰত প্ৰাথমিক শিক্ষকৰ উত্তাল প্ৰতিবাদ 

koliabor_techer_protest

কলিয়াবৰত ৰাজপথ নামিল প্ৰাথমিক শিক্ষক। প্ৰতিশ্ৰুতি দি ৰক্ষা কৰিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কলিয়াবৰত। 
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যখনৰ প্ৰাথমিক শিক্ষকসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ প্ৰতিবাদত আজি  কলিয়াবৰৰ ৰাজপথত প্ৰতিবাদতত নামিল প্ৰাথমিক শিক্ষকসকল। কেইবা দফিয়া দাবীত চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি উত্তাল প্ৰতিবাদ সাৱস্ত কৰে শিক্ষকসকলে ৷ 
 

Your Comments