লিগেচী ডাটা চুৰি কৰি জুৰীয়া আৰক্ষীৰ জালত প্ৰৱঞ্চক 

লিগেচী ডাটা চুৰি কৰি জুৰীয়া আৰক্ষীৰ জালত প্ৰৱঞ্চক 

জুৰীয়াৰ পৰা উত্তম বৰা


লিগেচী ডাটা চুৰি কৰি প্ৰৱঞ্চনাৰে এন আৰ চিত নাম সুমোৱাবলৈ চেষ্টা কৰি নগাঁও জিলাৰ জুৰীয়া আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক৷ ধৃত লোকজন জুৰীয়াৰ পশ্চিম চতিয়ানৰ আব্দুল ছাত্তাৰ৷ জুৰীয়া শিঙিয়াৰ চান্দ মিঞাৰ লিগেচী ডাটা  চোৰ কৰাৰ অভিযোগত অভিযুক্ত আব্দুল ছাত্তাৰ৷ ছাইদৰীয়া এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা আটক কৰা ছাত্তাৰক  জুৰীয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

Your Comments