গহপুৰত পুলৱামাৰ ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি

গহপুৰত পুলৱামাৰ ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি

জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাতী বোমাৰুৰ আক্ৰমণত ছহিদ হোৱা চিআৰপিএফৰ বীৰ সৈনিকসকললৈ গহপুৰ নগৰত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

Your Comments