আজি ছেমিত অসমৰ অস্মিতা চলিহা

আজি ছেমিত অসমৰ অস্মিতা চলিহা

গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত চলি থকা ৮৩সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত  সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু অস্মিতা চলিহাই ইতিহাস সৃষ্টিৰে আজি ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব।

আজি ছেমিত অসমৰ অস্মিতা চলিহা

পদক দখলৰ সপোনৰ পৰা মাত্ৰ এখোজ দূৰৈত থকা অস্মিতাই আজি খেলিব বিশ্বৰ ২নং স্হানৰ তাৰকা শ্বাটলাৰ তথা ৰিঅ' অলিম্পিকত ৰূপৰ পদক বিজয়ী পি ভি সিন্ধুৰ বিপক্ষে৷

Your Comments