গুৱাহাটীত পাকিস্তানৰ পতাকা দাহ হিন্দু নিৰ্মাণ-বজৰং দলৰ মহানগৰ সমিতিৰ

গুৱাহাটীত পাকিস্তানৰ পতাকা দাহ হিন্দু নিৰ্মাণ-বজৰং দলৰ মহানগৰ সমিতিৰ

জম্মু-কাশ্মীৰত বৃহস্পতিবাৰে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জঈছ-ই-মহম্মদে চিআৰপিএফৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে গৰজি উঠিছে হিন্দু নিৰ্মাণ দল আৰু ৰাষ্ট্ৰীয় বজৰং দল, গুৱাহাটী মহানগৰ সমিতিয়ে।গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত বজৰং দলৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি নিলভ দাসৰ নেতৃত্বত দাহ কৰা হয় পাকিস্তানৰ জাতীয় পতাকা।

গুৱাহাটীত পাকিস্তানৰ পতাকা দাহ হিন্দু নিৰ্মাণ-বজৰং দলৰ মহানগৰ সমিতিৰ

সংগঠন দুটাই পাকিস্তান মুর্দাবাদ, সন্ত্ৰাসবাদ নিপাত যাওক, মোডী চৰকাৰ কাম নাই ধ্বনিত উত্তাল কৰি তোলে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখ। সংগঠন দুটাই পাকিস্তানৰ জাতীয় পতাকা ৰাজপথত ভৰিৰে গচকি প্ৰতিবাদ সাব্যস্ত কৰে।

Your Comments