ৰাফেল ক্ৰয় : এনডিএৰ চুক্তি ইউপিএ চৰকাৰৰ চুক্তিতকৈ সস্তা

s

আজি কেন্দ্ৰীয় চৰকাৰে ৰাফেল যুঁজাৰু বিমান ক্ৰয় সন্দৰ্ভৰ 'কেগ' প্ৰতিবেদন ৰাজ্যসভাত দাখিল কৰে৷ প্ৰতিবেদন অনুযায়ী এনডিএ চৰকাৰে কৰা ৰাফেল ক্ৰয়ৰ চুক্তি পূৰ্বৰ ইউপিএ চৰকাৰে কৰা চুক্তিতকৈ ২.৮৬ শতাংশ সস্তা৷

Your Comments