কিলয়াৰত শিশু নাট্য় কৰ্মশালাৰ সামৰণী

কলিয়াবৰৰ হাটবৰ কেন্দ্ৰীয় নাট্য় সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ থকা পষেকীয়া শিশু নাট্য় কৰ্মশালাৰ সামৰণি অনুষ্ঠান হিচাপে শিশু পশিক্ষাৰ্থীসকেল তেওঁলোকৰ নাট মঞ্চস্থ কৰে। হাটবৰ কেন্দ্ৰীয় নাট্য়সমাজ তথা সাংস্কৃতিৰ উেদ্য়োগত আৰু অসম সাহিত্য় সভাৰ 'কুঁহি' কিলয়াবৰ শাখাৰ সয়োগত পষেকজোৰাল কৰ্মশালা অন্তত শিশু নাট্য় কৰ্মশালা নাটক ধেমালিৰ অন্তিম দিনাৰ কাযৰ্সূচী উদ্বোধন কৰে কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে।

কৰ্মশালাত প্ৰশিক্ষক হিচাপে থাকে কিলয়াবৰৰ নাট্য় কৰ্মী সমীৰ ভূঞা, কুকিল গোস্বামী, শ্বাৱন মহন্ত, জয়ন্ত কুমাৰ ৰ্শমা, উপাসনা মহন্ত, সঞ্জয় বৰা, ঝুণাকংকন ভূঞা, পল্লৱী মহন্ত আৰু ৰূপজ্য়োতি গোস্বামী। মুখ্য় প্ৰিশক্ষক হিচাপে থাকে কলিয়াবৰৰ প্ৰতিশ্ৰুতিসম্পন্ন নাট্য়কৰ্মী প্ৰাঞ্জল মহন্ত ।

কলিয়াবৰৰ দুই যুৱ নাট্য় প্ৰতিভা ৰাষ্ট্ৰী নাট্য় বিদ্য়ালয়ৰ গেংটক কেন্দ্ৰৰ পৰা সফলতাৰে পাঠ্য়ক্ৰম সম্পূৰ্ণ কৰি অহা, এইবেলি মুম্বাই বিশ্ববিদ্য়ালয়ৰ থিয়েটাৰ অব আৰ্টৰ স্নাতকোত্তৰ পাঠ্য়ক্ৰমৰ বাবে নিৰ্বাচিত হোৱা কুকিল গোস্বামী আৰু ত্ৰিপুৰাৰ আগৰতলাস্থিত ৰাষ্ট্ৰীয় নাট্য় বিদ্য়ালয়ৰ শাখা থিয়েটাৰ ইন এডুকেছন চেন্টাৰৰ এবছৰীয়া পাঠ্য়ক্ৰমৰ বাবে নিৰ্বাচিত হোৱা প্ৰাঞ্জল মহন্তক নাটৰ অন্তত অভিনন্দন জনোৱা হয়।

নাট্য়ানুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে কলিয়াবৰৰ শাখা সাহিত্য় সভাৰ সভাপতি অৰবিন্দ বৰগোহাঞি,কলিয়াবৰ শাখা সাহিত্য় সভাৰ প্ৰাক্তন সভাপতি কুসুম বৰা ।

প্ৰশিক্ষকসকলৰ তত্ত্বাৱধানত গীত-নৃত্য়-অভিনয়ৰ সমাহাৰেৰে প্ৰশিক্ষাৰ্থীসকলৰ 'একলব্য়' আৰু 'কলিয়াবৰ'ৰ সামগ্ৰিক পৰিকল্পনা আৰু প্ৰয়োজনা আছিল কৰ্মশালখনৰ পৰিচালক ৰূপজ্য়োতি গোস্বামী।

Your Comments