নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ বালিভৰ্তি ট্ৰাক জব্দ

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ বালিভৰ্তি ট্ৰাক জব্দ

nagon_

নগাঁৱৰ কঠীয়াতলি আঞ্চলিক বন বিভাগৰ অভিযান। অভিযানত নগাঁৱৰ গমাৰীআটিত দুখনকৈ অবৈধ বালিভৰ্তি ট্ৰাক জব্দ। বন বিভাগৰ চকুত ধূলি দি চালানবিহীনভাৱে নগাঁৱলৈ আনি থকা অৱস্থাত বন বিভাগে জব্দ কৰে ট্ৰাক দুখন। জব্দ ট্ৰাক  দু খনৰ নং AS09-1496, AS09AC-3265

Your Comments