টেনিছ ক’ৰ্টলৈ উভতিব ছানিয়া মিৰ্জা

a

ভাৰতৰ টেনিছপ্ৰেমীসকলৰ বাবে সুখবৰ! বছৰটোৰ শেষৰ ফালে টেনিছ ক’ৰ্টলৈ উভতিব ছানিয়া মিৰ্জা৷ ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে এই কথা৷ কমেডিয়ান কপিল শৰ্মাৰ জনপ্ৰিয় টিভি শ্ব’ত ছানিয়াই উল্লেখ কৰে এই বিষয়ে৷ ছানিয়াই কয়- ‘এগৰাকী নাৰী হিচাপে মই সুন্দৰভাৱে নিজৰ বিবাহিত জীৱন অতিবাহিত কৰিছোঁ আৰু এগৰাকী মাতৃ হিচাপেও মই সুকলমে কামবোৰ কৰি গৈছোঁ৷ কিন্তু টেনিছ মোৰ জীৱনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ ৷ মোৰ বিশ্বাস মই সুকলমে খেল আৰু ব্যক্তিগত জীৱনক আগুৱাই লৈ যাম৷’

Your Comments