কপিলীপৰীয়া শংকৰী কলা কেন্দ্ৰৰ নৃত্য কৰ্মশালাৰ সামৰণি

 কপিলীপৰীয়া শংকৰী কলা কেন্দ্ৰৰ নৃত্য কৰ্মশালাৰ সামৰণি

কামপুৰত কপিলীপৰীয়া শংকৰী কলা কেন্দ্ৰৰ উদ্যোগত শনিবাৰে নিশা এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

গ্ৰীষ্মবন্ধৰ মাহটো কামপুৰৰ বিভিন্ন অঞ্চলৰ শিশু আৰু নৃত্যশিল্পীসকলক লৈ কপিলীপৰীয়া শংকৰী কলা কেন্দ্ৰই আয়োজন কৰা নৃত্য কৰ্মশালাৰ শনিবাৰে সফল সমাপ্তি হয়।

 কপিলীপৰীয়া শংকৰী কলা কেন্দ্ৰৰ নৃত্য কৰ্মশালাৰ সামৰণি

এই উদ্দেশ্যে নিশাৰ ভাগত অনুষ্ঠিত কৰা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ। মীনা ৰয়ৰ পৰিচালনাত অনুষ্ঠিত উক্ত কৰ্মশালাত অঞ্চলটোৰ শতাধিক নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰে ৷

Your Comments