কন্দলী বাগিচাত চাহ শ্ৰমিকৰ বিক্ষোভ

কন্দলী বাগিচাত চাহ শ্ৰমিকৰ বিক্ষোভ

আজি পুৱাই নগাঁও জিলাৰ কন্দলী চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিকসকলে ধৰ্ণা কাৰ্যসূচী পালন কৰে। চাহ শ্ৰমিকসকলৰ মূল দাবী হ'ল অহা ১ আগষ্টৰ পৰা ৩০ টকা অন্তৱৰ্তীকালীন বকেয়া বৃদ্ধি কৰিব লাগে। আনহাতে,  অন্তৱৰ্তীকালীন বৃদ্ধিৰ বকেয়া টকা সোনকালে আদায়, শ্ৰমিকসকলৰ ন্যূনতম দৈনিক মজুৰি ৩৫১.০০ টকাৰ প্ৰস্তাৱ সোনকালে চূড়ান্ত কৰা আদি দাবীসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীও উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে বাগিচা পৰিচালকৰ জৰিয়তে শ্ৰমমন্ত্ৰীলৈ উক্ত দাবী সম্বলিত পত্ৰ  প্ৰেৰণ কৰে।

কন্দলী বাগিচাত চাহ শ্ৰমিকৰ বিক্ষোভ 

Your Comments