চাৰে চাৰি বছৰত মই ৩০ বাৰ উত্তৰ-পূৰ্বাঞ্চললৈ আহিছোঁ : ইম্ফলত মোডী

w

ইম্ফলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । মণিপুৰৰ ৰাজধানী চহৰখনৰ হাপ্টাকাংজেইবাঙত এখন বিশাল জনসভাত অংশগ্ৰহণ । ৮ টা প্ৰকল্প উদ্বোধন আৰু ৪টা প্ৰকল্পৰ আধাৰশিলা স্থাপন ।

q

ৰাইজক সম্বোধি মাডীৰ দাবী-এন ডি এৰ শাসনকালত দিল্লীৰ সৈতে পূৰ্বতে থকা দূৰত্ব হ্ৰাস পাইছে উত্তৰ পূৰ্বাঞ্চলবাসীৰ । মোডীয়ে ক'লে-যোৱা চাৰে চাৰি বছৰত মই ৩০ বাৰ উত্তৰ পূৰ্বাঞ্চললৈ আহিছোঁ । ইম্ফলৰপৰা পোনে পোনে শিলচৰলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী ।

Your Comments