গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত দীপক কুমাৰ

গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত দীপক কুমাৰ

# গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত নিযুক্তি।

# দীপক কুমাৰ গুৱাহাটীৰ নৱ নিযুক্তিপ্ৰাপ্ত আৰক্ষীৰ আয়ুক্ত।

# উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰদীপ চন্দ্ৰ শালৈ আছিল আৰক্ষীৰ আয়ুক্ত।

# আজি তেওঁৰ কাৰ্যকাল অন্ত পৰাত তেওঁৰ ঠাইত নতুনকৈ নিযুক্তি দিয়া হৈছে দীপক কুমাৰক।

# উল্লেখ্য যে দীপক কুমাৰ পূৰ্বতে আছিল আৰক্ষীৰ আইন-শৃংখলাৰ উপ-মহা পৰিদর্শক।

Your Comments