তিনি মাহৰ বাবে বন্ধ থাকিব শৰাইঘাট দলং

w

ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথমখন দলং শৰাইঘাটত মেলিছে বৃহৎ ফাট। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে দলংখনত অঘটন। এই কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে উত্তৰ-পূব সীমান্ত ৰে'লৱেই দলংখন মেৰামতি কৰাৰ বাবে জাৰি কৰিছে জাননী।

w

সেই অনুযায়ী মাঘ বিহুৰ পাছৰ পৰা ৯০ দিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাটেৰে যাতায়ত ব্যৱস্থা। উক্ত তিনি মাহত ৰে'ল বিভাগে দলংখন মেৰামতি কৰিব বুলি উল্লেখ কৰিছে জাননীখনত৷

Your Comments