গুৱাহাটী প্ৰেছ ক্লাবত কবিতা সংকলন উন্মোচন

s

আজি গুৱাহাটী প্ৰেছ ক্লাবত নৱ প্ৰজন্মৰ কবি প্ৰজ্ঞানজ্যোতিৰ "জুইহালত কথকতা" নামৰ কবিতা সংকলনখন উন্মোচন কৰা হয়। কবিতা সংকলনখন উন্মোচন কৰে সাহিত্যক হৰেকৃষ্ণ ডেকাই । ইয়াৰ উপৰিও উক্ত উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল কবি নীলিম কুমাৰ, কবি আনিছো জামান আদি।

Your Comments