নগাঁৱৰ কঠিয়াতলীত বোৱাৰীক জ্বলাই দি হত্যাৰ চেষ্টা 

ো

নগাঁৱৰ কঠিয়াতলীৰ জুমুৰমূৰত বোৱাৰীক জ্বলাই দি হত্যাৰ চেষ্টা ৷ বোৱাৰীগৰাকীৰ গাত তেল ঢালি জ্বলাই দি হত্যাৰ অপচেষ্টাৰ অভিযোগ স্বামী বিমল শইকীয়াৰ বিৰুদ্ধে । বাবুল শইকীয়া আৰু যুগল শইকীয়া নামৰ লোক দুজন ঘটনাটোত জড়িত থকাৰ অভিযোগ । ঘটনা সন্দৰ্ভত কামপুৰ থানাত ভুক্তভোগী মহিলাগৰাকীৰ পিতৃৰ এজাহাৰ দাখিল ।

Your Comments