নামৰূপৰ পৰা সমীৰণ বৰুৱা
নাহৰকটীয়াত ভয়ংকৰ অগ্নিকাণ্ড ৷

নাহৰকটীয়া বাহধাৰী আঞ্চলত থকা আ ৰচি ধাবাত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড হোৱা বুলি স্হানীয় ৰাইজে জানিবলৈ দিয়ে ৷

অগ্নিকাণ্ডৰ ফলত ১২ৰ পৰা ১৩ লাখ টকা মূল্যৰ সম্পত্তিৰ ক্ষয়-ক্ষতিৰ ধাৰণা কৰা হৈছে ৷
- Log in to post comments
- 118 views
