গণৰাজ্য দিৱসত নাথাকিব অসমৰ প্ৰতীকপদ

ে

অসমবাসীৰ বাবে এটা দু-খবৰ । প্ৰতিবছৰে দেখি অহাৰ দৰে এইবাৰ ২৬ জানুৱাৰী গণৰাজ্য দিৱসত দিল্লীৰ কাৰ্যসূচীত দেখা নাপাব অসমৰ প্ৰতীকপত । বিভাগীয় কৰ্তৃপক্ষই ভুল ব্যাখ্যা আৰু হেমাহী বাবে বাতিল হৈছে অসমৰ প্ৰতীকপত । উল্লেখ যোগ্য যে অসমৰ শুৱালকুছিৰ বস্ত্ৰ শিল্পক মুল বিষয়বস্তু হিচাপে লৈ এইবাৰ প্ৰতীকপত উপস্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷
 

Your Comments