ঝাৰখণ্ডৰ সৰ্বাধিক কৰ দাতাৰূপে স্বীকৃত হৈছে তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী । ২০১৭-১৮ বিত্তীয় বৰ্ষত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কজনে আদায় দিয়া কৰৰ পৰিমাণ ১২.১৭ কোটি টকা । ২০১৬-১৭ বৰ্ষত তেওঁ আদায় দিছিল ১০.৯৩ কোটি টকাৰ কৰ । সেই বছৰ ধোনী ঝাৰখণ্ডৰ দ্বিতীয় সৰ্বাধিক কৰ দাতাৰূপে স্বীকৃত হৈছিল ।
- Log in to post comments
- 12 views