লখিমপুৰৰ পৰা বিশ্ব প্ৰসাদ বৰা
আজি পুৱা ভাগতে টেঙাপথাৰ গাঁৱত দুটা গঁড় দেখিবলৈ পোৱা য়ায় ৷ জানিবলৈ পোৱা মতে, দেওবাৰৰ নিশাটো গঁড় দুটা কেন্দুগুৰি গাঁৱত কটাইছিল ৷ আজি পুৱতি নিশাই গঁড় দুটা টেঙাপথাৰ গাঁওখনলৈ আহি আতংকৰ সৃষ্টি কৰে ৷
গঁড় দুটা পাণবাৰী গাঁও হৈ পুনৰ টেঙাপথাৰৰ মাজেদি ৰাইদঙীয়া গাঁৱৰ সীমা অতিক্ৰম কৰি তেমেৰা গাঁৱত প্ৰৱেশ কৰিছে ৷ বন বিভাগৰ কৰ্মচাৰীসকল এই ক্ষেত্ৰত তৎপৰ হৈ আছে ৷
- Log in to post comments
- 7 views