ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত নগাঁৱৰ দুগৰাকী শিশু বিজ্ঞানী

ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত নগাঁৱৰ দুগৰাকী শিশু বিজ্ঞানী

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

যোৱা ২৩ অক্টোবৰৰ পৰা মাজুলীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা মুঠ ২৬টা প্ৰকল্পৰ ভিতৰত নগাঁও জিলাৰ দুগৰাকী শিশু বিজ্ঞানীৰ ২টা প্ৰকল্প নিৰ্বাচিত হৈছে ।

ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত নগাঁৱৰ দুগৰাকী শিশু বিজ্ঞানী

এই দুগৰাকীৰ ভিতৰত আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নৱনীতা দেৱনাথ আৰু জখলাবন্ধা ছেইণ্ট ৰবাৰ্টছ হাইস্কুলৰ ছাত্ৰী মনস্বী হাজৰিকাই উক্ত কৃতিত্ব লাভ কৰাত সমগ্ৰ নগাঁওবাসী উৎফুল্লিত হৈছে । 

Your Comments