মঙলদৈত আৰক্ষীৰ অভিযানত জব্দ অবৈধ চুলাই

মঙলদৈত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ অবৈধ চুলা

মঙলদৈ থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি অবৈধ চুলাইৰ বিৰুদ্ধে অভযান ৷

মঙলদৈত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ অবৈধ চুলা

অভিযানত লব শইকীয়া আৰু সঞ্জয় বৈশ্য নামৰ দুজন যুৱকে এ এছ-০১ বি এছ-৭৮৪১ নম্বৰ অ'ল্টো গাড়ীৰে অবৈধভাৱে কঢ়িয়াই আনি থকা অৱস্থাত চুলাই মদ আৰক্ষীৰ তালাচীত ধৰা পৰে ।

আৰক্ষীৰ তালাচীত ৫০০ পেকেট চুলাই জব্দ হয় । ইপিনে দৰঙৰ বিভিন্ন দল-সংগঠনে আবকাৰী বিভাগৰ ছত্ৰছায়াতে এনে অবৈধ ব্যৱসায় চলি আহিছে বুলি অভিযোগ উথাপিত কৰিছে ।

Your Comments